১৬ এপ্ৰিলৰ পৰা লোকসভা নিৰ্বাচনৰ সম্ভাৱনা

Share

ৰঙালী বিহুৰ পিচতেই লোকসভা নিৰ্বাচনৰ সম্ভাৱনা।দিল্লীৰ মুখ্য নিৰ্বাচনী বিষয়াৰ নিৰ্দেশনা জাৰিৰ পিছতেই আৰম্ভ হৈছে ভাৰতীয় নিৰ্বাচনী আয়োগৰ বিভাগীয় তৎপৰতা।দিল্লীৰ মুখ্য নিৰ্বাচনীূ বিষয়াৰ কাৰ্যালয়ে ১১ খন জিলা নিৰ্বাচনী বিষয়ালৈ প্ৰেৰণ কৰা জাননীযোগে ১৬ এপ্ৰিল,২০২৪ তাৰিখক লোকসভা নিৰ্বাচনৰ তাৰিখ হিচাপে আংশিকভাৱে নিৰ্ধাৰণ কৰিছে।।

ইয়াৰ উপৰি ফেব্ৰুৱাৰীৰ শেষ বা মাৰ্চৰ আৰম্ভণিতে ভোটদানৰ তাৰিখ মুকলি হোৱাৰ সম্ভাৱনা জাৰি কৰিছে নিৰ্বাচনী আয়োগে।আনহাতে ভাৰতৰ নিৰ্বাচন আয়োগে ইংগিত দিছে যে দিল্লীত নিৰ্বাচন দ্বিতীয় বা তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *