নেহেৰু ষ্টেডিয়ামত শেষ শ্ৰদ্বাঞ্জলী অসম কন্যা দীপশিখাক

Share

গুৱাহাটী ১০ অক্টোবৰ : আজি শেষকৃত্য সম্পন্ন হব উত্তৰাখণ্ডৰ পৰ্বতাৰোহনৰ প্ৰশিক্ষনৰ সময়ত হিমস্খলনত প্ৰাণ হেৰুৱা অসমৰ দীপশিখা বৰুৱা ।জানিব পৰা মতে,বৰ্তমানে শ্ৰীমন্তপুৰৰ নিজা বাসগৃহত আছে দীপশিখাৰ মৃতদেসহ ।প্ৰথমে নেহেৰু স্টেডিয়ামত থকা অসম পৰ্বতাৰোহন সন্থাৰ কাৰ্যলয়ত শেষ শ্ৰদ্বাঞ্জলী জনোৱাৰ লগতে ফটাশিল আমবাৰিস্থিত গীৰ্জালৈ নিয়া হব তেখেতৰ নশ্বৰ দেহ ।নিয়তিৰ কোলাত গিৰিৰাজ হিমালয়ক ভালপোৱা ছোৱালীজনী হিমায়ৰ শুভ্ৰকোমল বক্ষত চিৰ দিনৰ বাবে হেৰাই গল । উল্লেখ্য যে অসমৰ তৃতীয় গৰাকী পৰ্বতাৰোহী আছিল দীপশিখা বৰুৱা ।

Leave a Reply

Your email address will not be published. Required fields are marked *