শেষ হোৱা নাই কৰুণাৰ প্ৰকোপ,২৪ ঘণ্টাত দেশত ২৬,৯৬৪ জন লোক কৰুণা ত আক্ৰান্ত

Share

 সুভাশ্ৰী বাৰিক, ২২ ছেপ্টেম্বৰঃদেশত কৰুণা ভাইৰাছৰ সংক্ৰমণ ৰ ঘটনাৰ উত্থান পতন অব্যাহত আছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্য মতে, বিগত ২৪ ঘন্টা ত দেশত ২৬, ৯৬৪ জন লোক কৰুণা ত আক্ৰান্ত হৈছে।এই সময়ছোৱাত ৩৮৩ লোকে প্ৰাণ হেৰুৱাইছে।৩৪’১৬৭জন লোক সুস্থ হৈ উঠিছে। মন্ত্ৰালয়ৰ মতে দেশত বৰ্তমান ৩,০১,৯৮৯ ঘটনা সক্রিয় হৈ আছে,৩,২৭,৮৩,৭৪১ জন সুস্থ আৰু ৪,৪৫,৭৬৮৫     জনৰ মৃত্যু হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *