স্বাধীনতা দিৱসলৈ মাজত মাথোঁ দুটা দিন

Share

৭৮ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাথোঁ দুটা দিন বাকী। দেশৰ লগতে অসমতো চলিছে স্বাধীনতা দিৱস আয়োজনৰ ব্যাপক প্ৰস্তুতি। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পেৰেড গ্ৰাউণ্ডসমূহত চলিছে দৈনিক অনুশীলন। আন ক’ৰবাত আকৌ কোনোবাজন ব্যস্ত পতাকা প্ৰস্তুত কৰাত। গুৱাহাটীৰ খানাপাৰা খেলপথাৰতো চলিছে স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি। পতাকা উত্তোলনস্থলীৰ পৰা আদি কৰি বিশিষ্ট অতিথিসকল বহাৰ স্থান পৰ্যন্ত মাটিৰ তলে-ওপৰে পৰীক্ষা কৰি থকা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *