অনুশাসন ভংগ কৰাৰ অভিযোগত আন্তঃ ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থা ভংগ

Share
গুৱাহাটী, ৯ চেপ্তেম্বৰ : সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক অনুশাসন ভংগ কৰাৰ বাবে সদৌ কামৰূপ (মহানগৰ) জিলা ছাত্ৰ সন্থাই আজিৰ পৰা 
কাৰ্যকৰি হোৱাকৈ আন্তঃ ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্য্যনিৰ্বাহক সমিতিখন ভংগ কৰিছে ।
পৰৱৰ্তী নতুন সমিতি গঠন নকৰালৈ আন্তঃ ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থা সদৌ কামৰূপ (মহানগৰ) জিলা ছাত্ৰ সন্থাই প্রত্যক্ষভাৱে পৰিচালিত কৰিব বুলি সদৌ কামৰূপ (মহানগৰ) জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰজমিল আলী আৰু সাধাৰণ সম্পাদক টুটুমণি কলিতাই এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে অৱগত কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *