শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয়

Share

মঙলবাৰে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত শ্রীলংকাৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয়। প্রথমখন এদিনীয়াত ৬৭ ৰানত ভাৰতৰ হাতত পৰাস্ত শ্রীলংকা। শ্রীলংকাৰ সন্মুখত ৩৭৪ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল ভাৰতে। সেই লক্ষ্য শ্ৰীলংকাই পূৰণ কৰাত ব্যৰ্থ হয়। যাৰ বাবে ভাৰতে জয়লাভ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে,এই খেলত ভাৰতে অতি ভাল প্ৰদৰ্শন কৰে। অসম ক্ৰিকেট সন্থাৰ গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ভাৰত-শ্ৰীলংকাৰ প্ৰথমখন এদিনীয়াত  বিৰাট কোহলিয়ে ৭৩ সংখ্যক শতক অৰ্জন কৰিবলৈ সক্ষম হৈছে। বিৰাটে ৮৭ বলত ১১৩ ৰাণ সংগ্ৰ কৰি দুৰ্দান্ত প্ৰদৰ্শন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *