প্ৰথমবাৰৰ বাবে পেৰালিম্পিকত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ  প্ৰদৰ্শন

Share

 প্ৰথমবাৰৰ বাবে পেৰালিম্পিকতভাৰতৰ  সৰ্বশ্ৰেষ্ঠ  প্ৰদৰ্শন ।পেৰিছ অলিম্পিকতকৈ পেৰালিম্পিকত বেছি পদক জয় কৰে ভাৰতে। ভাৰতৰ প্ৰথমবাৰৰ বাবে পদক তালিকা শীৰ্ষ ২০তো প্ৰৱেশ কৰে ।ভাৰতৰ ৭টা সোণ, ৯টা ৰুপ আৰু ১৩টা ব্ৰঞ্জৰ পদকৰে পেৰালিম্পিকত ১৮ সংখ্যাক স্থানত থাকে  ভাৰতে ।দেওবাৰে সমাপ্ত হোৱা পেৰিচ পেৰালিম্পিকত ভাৰতৰ এথলিথসকলে প্ৰমান কৰিলে যে কঠোৰ অধ্যয়ন আৰু আত্মবিশ্বাসৰবলত শাৰিৰিক প্ৰতিবন্ধকতাক নেওচি সফল হব পাৰে।সমগ্ৰ বিশ্বই দেখিলে ভাৰতৰ এথলিথসকলৰ একাগ্ৰতা।

Leave a Reply

Your email address will not be published. Required fields are marked *