‘ভাৰতে অহা ২৫ বছৰত শক্তি খণ্ডত আত্মনিৰ্ভৰশীল হ’ব বিচাৰে’ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

Share
নিউজ ডেস্ক, ২৯ আগষ্ট:  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ঘোষণা ভাৰতে অহা ২৫ বছৰৰ ভিতৰত শক্তি খণ্ডত স্বাৱলম্বী হোৱাৰ সিদ্ধান্ত লৈছে। ভাৰতত চুজুকি মটৰ কৰ্পৰেচনৰ ৪০ বছৰ পূৰ্ণ হোৱা উপলক্ষে আয়োজিত এক কাৰ্যসূচীত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰত আৰু জাপানৰ মাজৰ সম্পৰ্ককো প্ৰশংসা কৰে। ভাৰতে অহা ২৫ বছৰৰ ‘অমৃত কালত’ শক্তি খণ্ডত আত্মনিৰ্ভৰশীল হোৱাটো লক্ষ্য। তেওঁ কয় যে, পৰিবহণ ইয়াক প্ৰাপ্ত কৰাৰ বাবে এটা গুৰুত্বপূৰ্ণ বিষয় ।

প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, বৈদ্যুতিক দুচকীয়া বাহন আৰু চাৰিচকীয়া বাহনৰ কোনো শব্দ নহয় আৰু নীৰৱ হৈ থাকে আৰু লগতে কয় যে, ` বৈদ্যুতিক বাহনৰ নিৰৱতাই দেশত এক নতুন নীৰৱ বিপ্লৱ আনিছে ।’

Leave a Reply

Your email address will not be published. Required fields are marked *