ৰাজ্যত বৃদ্ধি কৰোনাৰ সংক্ৰমণ

Share

ৰাজ্যত পুনৰ বৃদ্ধি কৰোনাৰ সংক্ৰমণ । বিগত ১০ দিনত আক্ৰান্তৰ হাৰ ক্ৰমাণ্বয়ে বৃদ্ধি পাইছে। বুধবাৰৰ দিনটোত ৰাজ্যত ক’ভিডত আক্ৰান্তৰ সংখ্যা সৰ্বমুঠ ১৯৬ জন। বৰ্তমান কামৰূপ মহানগৰ জিলাত ক’ভিডত আক্ৰান্তৰ সংখ্যা মুঠ ৩০ জন।

উল্লেখ্য যে, বুধবাৰৰ দিনটোত ক’ভিড পজিটিভিটিৰ ৰেট প্ৰায় ১১.১৫ শতাংশ।

Leave a Reply

Your email address will not be published. Required fields are marked *