ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। দেওবাৰ অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেটত বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে।
সেই সিদ্ধান্ত অনুসৰি ৰাজ্যত দুখন বিশ্ববিদ্যালয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰে। সেই বিশ্ববিদ্যালয়ৰ দুখন হ’ল গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়, প্রাগজ্যোতিষ বিশ্ববিদ্যালয় স্থাপনত অনুমোদন কেবিনেটৰ।
তদুপৰি কেবিনেট আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ’ল নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ বাবে অতিৰিক্ত ৩৯৭ কোটি টকাৰ অনুমোদন। মুঠ ৬১৫ কোটি ব্যয় কৰি নিৰ্মাণ কৰা হ’ব মেডিকেল কলেজখন