কিদৰে কৰিব পাৰিব মেট্ৰিকৰ অনলাইন প্ৰ-পত্ৰ ফিলাপ 

Share

গুৱাহাটী, ১৬ নবেম্বৰ : অসম মাধ্যমিক শিক্ষা পৰিষদৰ চমুকৈ ছেবাই ঘোষণা কৰিছে যে হাইস্কুল শিক্ষান্ত পৰীক্ষা লগতে হাই মাদ্ৰাছা পৰীক্ষাৰ প্ৰ – পত্ৰ পূৰণৰ দিন নিৰ্ধাৰণ কৰা হৈছে। ছেবাই নিৰ্ধাৰণ কৰা জাননী অনুসৰি আগন্তুক ২৫ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰৰ ভিতৰত সকলো শিক্ষাৰ্থীয়ে অনলাইন যোগেদি পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব। ইয়াৰ লগতে ছেবাই এই নিৰ্দেশনা জাৰি কৰিছে যে যি সকল ছাত্ৰ- ছাত্ৰীয়ে ছয়মাহিলী পৰীক্ষাত অৱতীৰ্ণ হোৱা নাছিল তেওঁলোকে এই প্ৰ-পত্ৰ ফিলাপ কৰিব নোৱাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *