সুখবৰ! য়েছে দৰজে ঠংচিলৈ এক বিশেষ বঁটা

Share

নিউজ ডেস্ক, ১২ আগষ্টঃ  এগৰাকী বিশিষ্ট সাহিত্যিক তথা ঔপন্যাসিক য়েছে দৰজে ঠংচিলৈ আগৱঢ়োৱা হৈছে এক বিশেষ বঁটা । দৰজে ঠংচিলৈ নগদ ২ লাখ টকাকৈ আগৱঢ়োৱাৰ লগতে জীৱন ৰাম মুংগী দেৱী গোৱেংকা মেমৰিয়েল নেশ্যনেল এৱাৰ্ড ফৰ এক্সিলেন্স ইন লিটাৰেচাৰ ২০২২ৰ সন্মান য়েছে দৰজে ঠংচিলৈ আগৱঢ়োৱা হৈছে । ২৫ ছেপ্তম্বৰত গুৱাহাটীত প্ৰদান কৰা হব এই বঁটা । 

লক্ষণীয় যে, স্কুলীয়া জীৱনৰ পৰাই সাহিত্য চৰ্চাত মনোনিবেশ কৰা তথা অসমীয়া ভাষা সাহিত্যলৈ অনবদ্য অবদান আগৱঢ়োৱা এই গৰাকী সাহিত্যিকক প্ৰথমাবস্থাৰ পৰাই অসমৰ ৰাইজে দীৰ্ঘদিন ধৰি অসমৰ ৰাইজে অসম সাহিত্য সভাৰ সভাপতিৰ ৰূপত চাব বিচাৰি আছিল যদিও বিভিন্ন কাৰণত সভাপতিৰ নিৰ্বাচনৰ পৰা আঁতৰি আছিল । ৰাইজৰ দাবীক সন্মান জনাই নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে । 

Leave a Reply

Your email address will not be published. Required fields are marked *