গুৱাহাটী মহাগৰীত জঘন্য ঘটনাঃ ৫ যুৱকে কৰিলে এগৰাকী কিশোৰীক ধৰ্ষণ

Share

গুৱাহাটী, ১১ মাৰ্চঃ মহানগৰীৰ গাৰীগাঁৱত সংঘটিত হ’ল জঘন্য ঘটনা। এগৰাকী কিশোৰীক ৫ যুৱকৰ দলবদ্ধ ধৰ্ষণ।আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাই সংঘটিত হৈছিল এই জঘন্য ঘটনা।ঘটনা সংঘটিত কৰি পলায়ন কৰিছে ৫ যুৱকে। ইতিমধ্যে কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে। মেট্ৰিক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিল কিশোৰীগৰাকীয়ে। এই ৫ জন যুবকৰ বিৰুদ্ধে পাণ বজাৰ মহিলা আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে।ধৰ্ষণৰ ভডিঅ’ ৰেকৰ্ড কৰি ভাইৰেল কৰিছিল ৫ যুৱকে।অভিযুক্ত ৫ যুৱকৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছে অভিযান।ঘটনা সম্পৰ্কে এতিয়ালৈকে কোনো তথ্য ৰাজহুৱা কৰা নাই আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *