নিবনুৱাৰ বাবে সুখবৰ : জানুৱাৰীত পুনৰ প্ৰকাশ পাব ১০ হাজৰ পদৰ বিজ্ঞাপন

Share

অহা ৩-৪ মাহৰ ভিতৰত সম্পূৰ্ণ কৰা হব চৰকাৰৰ এক লাখ নিযুক্তি প্ৰক্ৰিয়াৰ প্রতিশ্রুতি ৷ সংবাদ মাধ্যমৰ জৰিয়তে এই মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ১লাখ নিযুক্তি প্ৰক্ৰিয়াৰ ৮০ হাজাৰ নিযুক্তি ইতিমধ্যে সম্পন্ন কৰা হৈছে, বাকী আছে ২০ হাজাৰ পদ বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰে ৷ জানুৱাৰীৰ ১৫ তাৰিখৰ ভিতৰত পুনৰ খালী থকা১০ হাজাৰ পদ ৰ নিযুক্তি প্ৰক্ৰিয়াৰ বিজ্ঞাপন প্ৰকাশ কৰা হব বুলি মুখ্যমন্ত্ৰীয়ে জনায় ৷ উল্লেখযোগ্য যে অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে এক লাখ চাকৰি প্ৰদানৰ প্রতিশ্রুতি দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *