মাজুলী বাসীৰ বাবে সু -খবৰ ,কলকাতা ৰ পৰা মাজুলী পালেহি দলং নিৰ্মাণৰ সামগ্ৰী

Share
লোনা সন্দিকৈ ২৪ ছেপ্তেম্বৰঃ  নিমাতি ঘাটৰ ভয়াবহ ফেৰী দুৰ্ঘটনাৰ পাছতেই তৎপৰ হৈ পৰিছে চৰকাৰ ।যোৰহাট মাজুলী সংযোগী দলং নিৰ্মাণ ৰ প্ৰাৰম্ভিক প্ৰস্তুতি ।নিশা মাজুলী পালেহি দলং নিৰ্মাণৰ সামগ্ৰী।নৱেম্বৰ ৰ পৰা আৰম্ভ হব দলং নিৰ্মাণৰ কাম।

Leave a Reply

Your email address will not be published. Required fields are marked *