মহানগৰীত উদ্ধাৰ সোণৰ নাওঁ, আৰক্ষীৰ জালত সৰবৰাহ মহিলা

Share

নিউজ ডেস্ক,১৯ অক্টোবৰঃগুৱাহাটী মহানগৰৰ গড়চুকয়ে জব্দ কৰিছে সোণৰ নাওঁ। DCP দেৱশীষ বৰা আৰু SOG ৰ যুটীয়া অভিযানত দাতালপৰাৰ পৰা আটক কৰে সোণ সৰবৰাহকাৰী এগৰাকী মহিলাক। দাতাল পাৰা ভাৰাঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে সোণখিনি। গুৱাহাটীত বিক্ৰীৰ বাবে লক্ষীমপুৰৰ পৰা অনা হৈছিল সোণখিনি। ধৃত মহিলাগৰাকীক সোধ পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *