লামডিঙত বানৰ তাণ্ডৱ, বন্যাৰ্তৰ মাজত হাহাকাৰ পৰিস্থিতি 

Share
ডিজিটেল ডেস্কঃ লামডিঙত হঠাৎ আহিল বানপানী ৷ বৰ্তমান কৃত্ৰিম বানপানী কবলত লামমডিঙৰ বিভিন্ন অঞ্চল ৷ পুৱতি নিশাৰ পৰা হোৱা মুষলধাৰ বৰষুনৰ ফলত লামডিঙৰ প্ৰায় অঞ্চল এতিয়া পানীৰ কৱলত । সাধাৰণ ৰাইজৰ ঘৰত সোমাইছে এককাল পানী ৷ ক্ৰচিং গেট, নিউকলনী পাম্প আদিকে ধৰি অঞ্চলসমূহ সম্পূৰ্ণ জলমগ্ন হৈ পৰিছে ৷
আনফালে পানী গতি বেছি হোৱাত লামডিঙ এক নং শাস্তি গাঁও আৰু লামডিঙ টাউন সংযোগী পথৰ কালভাৰ্ত ওপৰত থকা দলং ভাঙি পৰাত প্ৰায় পাচঁখন গাঁৱৰ সৈতে লামডিঙ টাউনলৈ অহা যাতায়তৰ পথ সম্পূৰ্নৰূপে বিচিন্ন হৈ পৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *