স্কুল ৰেংকিংৰ তালিকাৰ শীৰ্ষ দহত দিল্লীৰ ৫ বিদ্যালয়,স্থান নাপালে অসমে

Share

অসম আৰু দিল্লীৰ গুণগত শিক্ষাৰ মাদণ্ডক লৈ চলি থকা বিৰ্কৰ মাজতে আকৌ শিক্ষা খণ্ডত নিজৰ পাৰদৰ্শিতা পদৰ্শন কৰিবৈ সক্ষম হল দিল্লীৰ চৰকাৰী বিদ্যালয়ে। সদ্য প্ৰকাশিত ২০২২-২৩ বৰ্ষৰ স্কুল ৰেংকিংৰ তালিকাৰ শীৰ্ষৰ ১০ ত সৰ্বাধিক বিদ্যালয়ৰ অন্তভুক্ত কৰি পুনৰ এবাৰ চমক সৃষ্টি কৰিবলৈ সক্ষম হল অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দিল্লীৰ আপ চৰকাৰে । লক্ষনীয়ভাৱে অসমৰ মন্ত্রী বিধায়কে দাবী কৰা অসমৰ শিক্ষা মডেলৰ এখনো বিদ্যালয়ে স্থান লাভ কৰিবলৈ সক্ষম নহল এই তালিকাত । 

স্কুল ৰেংকিংৰ তালিকাৰ প্ৰথম স্থান দখল কৰিছে দিল্লীৰ ৰাজকীয় প্ৰতিভা বিকাশ বিদ্যায়,ছেক্টৰ ১০ ৰ দ্বৰকাই । দ্বীতীয় স্থানত আছে  ৰাজকীয় প্ৰতিভা বিকাশ বিদ্যালয়,যমুনা বিহাৰ (দিল্লী)।  এনেদৰে ৫ খনকৈ স্থান লাভ কৰিবলৈ সক্ষম হৈছে দিল্লীৰ বিদ্যালয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *