কাগজ কলৰ কৰ্মচাৰীলৈ আৰ্থিক সাহাৰ্য্য

Share

নগাওঁ আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীলৈ আগবঢ়োঁৱা হৈছে আৰ্থিক সাহাৰ্য্য। ৮১০.০২ কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে কৰ্মচাৰীসকললৈ। বিগত পাচঁ বছৰে দৰমহাৰ পৰা বঞ্চিত হৈ আহিছিল কৰ্মচাৰীসকল।আজি কলাক্ষেত্ৰত প্ৰদান কৰা হব এই সাহাৰ্য্য।

উল্লেখ্য যে এই সময়চোৱাত প্ৰায় এক হাজাৰ জন কৰ্মচাৰীৰ মৃত্যু হয় আৰু লগতে ইয়াৰে অধিকাংশ লোকে আত্মহত্যাও কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *