অৱশেষত বিতৰ্কিত মিঞা মিউজিয়াম ছীল প্ৰশাসনৰ, PMAYৰ ঘৰত নিৰ্মাণ হৈছিল মিঞা মিউজিয়াম

Share
নিউজ ডেস্ক, অৱশেষত প্ৰশাসনে ছীল কৰিলে বিতৰ্কিত মিঞা মিউজিয়াম। গোৱালপাৰা প্ৰশাসনে ছীল কৰিলে বিতৰ্কিত মিঞা মিউজিয়াম। এই সন্দৰ্ভত অসম মিঞা পৰিষদৰ বিৰুদ্ধে লক্ষীপুৰ থানাত তৰা হৈছে গোচৰ। বিজেপিৰ সংখ্যালঘু মৰ্চাৰ কাৰ্যকৰী সদস্যই তৰিছে গোচৰ। গোৱালপাৰাৰ লক্ষীপুৰত স্থাপন কৰা মিঞা মিউজিয়াম ছীল কৰিলে গোৱালপাৰা জিলা প্ৰশাসনে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰত স্থাপন কৰিছিল মিঞা মিউজিয়াম। শিক্ষক এম মোহৰ আলীৰ নামত আছে ঘৰটো। মোহৰ আলী মিঞা পৰিষদৰ কেন্দ্ৰীয় সভাপতি। এই সন্দৰ্ভত অসম মিঞা পৰিষদৰ বিৰুদ্ধে লক্ষীপুৰ থানাত গোচৰ তৰা হৈছে। বিজেপিৰ সংখ্যালঘু মৰ্চাৰ কাৰ্যকৰী সদস্যই তৰিছে গোচৰ।
উল্লেখ্য যে, মিঞা মিউজিয়ামক লৈ ৰাজ্যত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *