এতিয়াওপলাতক চুমি বৰা আৰু স্বামী তাৰ্কিক বৰা

Share

পলাতক চুমি বৰা এতিয়াও চুমি বৰা আৰু স্বামী তাৰ্কিক বৰাৰ সন্ধান উলিয়াবলৈ  সক্ষম হোৱা নাই অসম আৰক্ষীয়ে । ৮টা দিন অতিত্ৰম কৰিলে এতিয়াও পলাতক চুমি বৰা । মেঘালাত আত্ম গোপন কৰি থকাৰ খবৰ পাইছিল আৰক্ষীয়ে তাৰ পাচতেই অভিযান চলাইছিল এতিয়াও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই চুমি বৰাক। গোপন সুএ অনুসৰি নেপালত বাস কৰি থকাৰ খবৰ পাইছে আৰক্ষীয়ে ।আন্ত:ৰাষ্ট্ৰীয় সীমা পাৰ হৈ আৰক্ষীয়ে কেনেকৈ আভিযান চলাব এয়া এক লক্ষনীয় বিষয় । চুমি বৰা আৰু স্বামী তাৰ্কিক বৰাক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত বিফল হৈছে অসম আৰক্ষী । সমগ্ৰ বিষয়টো তদন্তৰ বাবে আৰক্ষীৰ উচ্চ পৰ্যায়ৰ বিষয়া হাতত দিয়া হৈছে ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *