ডি এছ পি হিমা! হাতত মাৰণাস্ত্ৰ লৈ কি কৰিলে ধিঙ এক্সপ্ৰেছ গৰাকীয়ে

Share
নিউজ ডেস্ক,          আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰি ডি এছ পি পদত নিযুক্তি লাভ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত উপস্হিত হয় হিমা দাস। বুধবাৰে দেৰগাঁৱৰ অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত উপস্হিত হয় আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন দৌৰবিদ ধিঙ এক্সপ্ৰেছ হিমা দাস। 
উল্লেখ্য যে, খেলুৱৈগৰাকীক প্ৰথমে আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ দেৱাশীষ শৰ্মাই ফুলাম গামোচাৰে‌ আদৰণি জনায়। তাৰ পিছতেই দৌৰবিদ গৰাকীয়ে দেৰগাঁওৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ বিভিন্ন গোটত নৱনিযুক্ত ২১৪৮ গৰাকী অসম আৰক্ষী জোৱানক উদ্দেশ্য কৰি গুৰুত্বপূৰ্ণ ব্যক্তব্য প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *