দিল্লীৰ‌ চৰকাৰে স্কুল সমূহত প্ৰদান কৰিব দেশ ভক্তিৰ শিক্ষাঃমুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱাল

Share

 ২৯ ছেপ্টেম্বৰঃ ১৫ আগষ্ট ৰ‌ দিনা স্বাধীনতা দিৱসৰ ভা‌‌ষনত মুখ্যমন্ত্ৰী য়ে এই পাঠ্যক্ৰম মুকলি কৰাৰ কথা ঘোষণা কৰিছিল। স্বাধীনতাৰ যোৱা ৭৪ টা বছৰত আমাৰ দেশৰ স্কুলত পদাৰ্থবিজ্ঞান, ৰাসায়ন বিজ্ঞান, গণিত সকলো শিকোৱা হৈছে, কিন্তু শিক্ষাৰ্থীক দেশভক্তি শিকোৱা ।

Leave a Reply

Your email address will not be published. Required fields are marked *