আজি তেজপুৰলৈ আহিব বলীউডৰ তাৰকা অনিল কাপুৰ আৰু দীপিকা পাডুকণ।তেজপুৰত আজি পুৱাতে আহি উপস্থিত হল দীপিকা পাডুকনৰ ভেনেটি ভেনো।মঙলবাৰৰ পৰা তেজপুৰ বায়ুসেনা ঘাটিত পুৰ্ণগতিত চলিব নতুন ছবি ফাইটাৰৰ শ্বুটিং ।ইতিমধ্যে জনপ্ৰিয় তাৰকা ঋত্বিক ৰোশন দুদিন ধৰি তেজপুৰ বায়ুসেনা ঘাটিতে আছে ছবিৰ শ্বুটিংৰ বাবে আগতীয়াকৈ আহিছে ।অৱশ্যে বায়ুসেনা ঘাটিৰ বাহিৰে আন ঠাইতো ছবিৰ শ্বুটিং হব নেকি,সেই সম্পৰ্কে জানিব পৰা হোৱা নাই।’ফাইটাৰ’য’ ছবিৰ শ্বুটিংৰ বাবে অসমলৈ আহিছে এই তাৰকা সকল।