মহা অৰণ্যৰ স্ৰষ্টা  অনুজ বৰুৱাৰ দেহাবসান

Share
  সুভাশ্ৰী বাৰিক ,  ২৩ছেপ্টেম্বৰঃ জনপ্ৰিয় লেখক অনুজ বৰুৱাৰ চিৰ বিদায়।”মহা অৰণ্য” উপন্যাসৰ   দ্বাৰা পাঠক ৰ মন জিনিবলৈ সক্ষম  হোৱা অনুজ বৰুৱা আৰু আমাৰ মাজত নাই।৫৭ বছৰ বয়সতে মৃত্যুৰ কোলাত শুই পৰিল বিখ্যাত লেখক অনুজ বৰুৱা।পেট্ৰলিয়াম বায় টেকনলজীত ডক্টৰেট ডিগ্ৰী অর্জন কৰা জনপ্ৰিয় লেখক অনুজ বৰুৱাই চাকৰি এৰি নিজকে কৃষি পামত নিয়োজিত কৰিছিল।ক্ষেত্ৰীত বৰুৱাই স্থাপন কৰিছিল কৃষি জিজ্ঞাস নামৰ কৃষি পাম।এনে এজন ব্যক্তিক হেৰুৱাই সমগ্ৰ অসমতে এতিয়া বিৰাজ কৰিছে স্তব্ধতাই।তেখেতৰ বিয়োগত আমিও জনাইছোঁ অশ্ৰু সিক্ত অঞ্জলি।

Leave a Reply

Your email address will not be published. Required fields are marked *