ৰাজ্যত পুনৰ বৃদ্ধি পাইছে ক’ভিডৰ সংক্রমণ, কালিৰ দিনটোতে ১৩৭ জন ক’ভিড পজিটিভ, ২জনৰ মৃত্যু

Share
৭নৱেম্বৰ:
ৰাজ্যত পুনৰ বৃদ্ধি পাইছে ক’ভিড আক্রান্তৰ সংখ্যা। যোৱাকালি ৰাজ্যত পুনৰ বৃদ্ধি পাইছে ক’ভিডৰ সংক্রমণ, কালিৰ দিনটোতে ১৩৭ জন ক’ভিড পজিটিভ, ২জনৰ মৃত্যু অসমত ১৩৭ জন লোকৰ দেহত ধৰা পৰিছে কৰ’না ভাইৰাছৰ উপস্থিতি। ইয়াৰে ৭৭জন কামৰূপ মেট্ৰ’ৰ, ৯জন নগাঁৱৰ, ৮জন নলবাৰী আৰু ৬জন বৰপেটাৰ।
এতিয়ালৈকে ৰাজ্যখনত ক’ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৬১২২৭১ জনলৈ বৃদ্ধি পাইছে। ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে দুজন লোকৰ। ৰাজ্যখনত বৰ্তমান চিকিৎসাধীন ৰোগীৰ সংখ্যা ১৯০২ জন। 

Leave a Reply

Your email address will not be published. Required fields are marked *