ৰড্ৰিলৈ বেলন ডি অৰ প্ৰদানক লৈ বিতৰ্ক সামাজিক মাধ্যমত চলিছে তীব্ৰ বিতৰ্কৰ

Share

অৱশেষত সকলো জল্পনা-কল্পনাৰ অৱসান ঘটায় স্পেইনৰ তাৰকা মিডফিল্ডাৰ ৰড্ৰিলৈ বেলন ডি অৰ প্ৰদান কৰা হ’ল। তাৰ পিছতে সামাজিক মাধ্যমত আৰম্ভ হ’ল তীব্ৰ বিতৰ্কৰ বিশেষকৈ ব্ৰাজিলৰ তাৰকা ভিনিছিয়াচ জুনিয়ৰক বেলন ডি অৰ ২০২৪ লাভ কৰিব বুলি ব্যাপক চৰ্চা লাভ কৰিছিল ইয়াৰ উপৰি ফিফাৰ কমিটিৰ কেইবাগৰাকী সদস্যই ভিনিছিয়াচক বেলন ডি অৰ ২০২৪ লাভ কৰিব বুলি মন্তব্য প্ৰদান কৰিছিল তাৰ বিপৰিতে ৰড্ৰিলৈ বেলন ডি অৰ প্ৰদানৰ পিছতে সামাজিক মাধ্যমত বাক যুদ্ধত লিপ্ত হয় ৰিয়েল মাড্ৰিত আৰু বাৰ্চিলোনাৰ সমৰ্থক সকলৰ  মাজত ৰড্ৰিয়ে এইবৰ্ষৰ ইউৰোপ কাপ চেম্পিয়ন স্পেইন দলৰ সদস্য হোৱাৰ উপৰি ৩টা ট্ৰফি জয় কৰিবলৈ সক্ষম হৈছিল। আনহাতেৰে  এইবৰ্ষতে লা লীগা জয়ী কৰিবলৈ সক্ষম হোৱাৰ লগতে প্ৰায় দুটা ট্ৰফি জয় কৰিবলৈ সক্ষম হৈছিল। লগতে ৮৯ টা গল দিবলৈ সক্ষম হয়। যাৰ ফলতে বেলন ডি অৰ খিতাপক লৈ সামাজিক মাধ্যমত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে।বিগত বৰ্ষতো হলেন্ডৰ ঠাইত মেছিক বেলন ডি অৰ খিতাপ প্ৰদানক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *