প্ৰসংগতঃ আবাহন থিয়েটাৰৰ ‘লভিতা ‘ নাটক ! নাটখনকলৈ গৰিহণা সদৌ অসম ভ্ৰাম্যমাণ প্ৰযোজন সন্থাৰ

Share

ডিজিটেল ডেস্কঃ আবাহনৰ মঞ্চস্থ হোৱা ‘লভিতা ‘ ক লৈ গৰিহণা সদৌ অসম ভ্ৰাম্যমাণ প্ৰযোজন সন্থাৰ । ৰাজ্যজুৰি এই নাটক খনক লৈ বিতৰ্কৰ মাজতে এইবাৰ অভিজিৎ ভট্টচাৰ্যক গৰিহণা দিছে সদৌ অসম ভ্ৰাম্যমাণ প্ৰযোজন সন্থাই । বিগত কিছু দিন  ধৰি  ৰূপকোৱঁৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী সৃষ্টি ‘লভিতা ‘ ক আৱাহন থিয়েটাৰত বিকৃত ৰূপত মঞ্চত উপস্থাপন কৰোৱাৰ বাবে সমগ্ৰ ৰাজ্যতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া । 

তাৰ পিছতে সদৌ অসম ভ্ৰাম্যমাণ প্ৰযোজন সন্থাটোৱে এক সংবাদ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা সদৰি কৰিছে সন্থাৰ  সভাপতি নজৰুল ইছলাম, সম্পাদক ক্ষীৰোদ খনিকৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *