মুখ্যমন্ত্ৰীয়ে আন ৰাজ্যৰ পৰা শিক্ষা লোৱা উচিতঃ ভূপেন বৰা

Share
নিউজ ডেস্কঃ ৰাজ্যত  অনুষ্ঠিত হোৱা নিযুক্তি পৰীক্ষাৰ সন্দৰ্ভত সোমবাৰে নতুন দিল্লীত সাংবাদিকৰ আগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মন্তব্য কৰে যে,” দেশৰ আন আন ৰাজ্যসমূহে নিযুক্তিৰ বাবে কিদৰে পৰীক্ষা অনুষ্ঠিত কৰে সেয়া লক্ষ্য কৰি তাৰ পৰা শিক্ষা লওঁক মুখ্যমন্ত্ৰী ড৹  হিমন্ত বিশ্ব শৰ্মাই।” লগতে তেওঁ কয় যে, ” ৰাইজক সমস্যাত পেলাই   চৰকাৰখনে কালি যিদৰে পৰীক্ষা অনুষ্ঠিত কৰিলে সেয়া কোনো কাৰণতে গ্ৰহণযোগ্য নহয়।” আনহাতে অনাগত দিনবোৰত পৰীক্ষা অনুষ্ঠিত কৰোঁতে ৰাইজৰ যাতে কোনো অসুবিধা নহয়, তাৰ বাবে তেওঁ আহৱান জনায়। তেওঁ কয় যে, সময় আহিলে কংগ্ৰেছৰ গাড্ডাৰ বিধায়কসকলেও শাস্তি পাবই।

Leave a Reply

Your email address will not be published. Required fields are marked *