কোকৰাঝাৰ মেডিকেল কলেজত পাঠদান আৰম্ভ

Share

এমবিবিএছৰ প্ৰথম ষাণ্মাষিকৰ শ্ৰেণীসমূহ আজিৰে পৰা আৰম্ভ হব । এয়া আনুষ্ঠানিকভাৱে উদ্ধোধন কৰিব স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই । শুভাৰাম্ভণী অনুষ্ঠানত বিটিচি প্ৰধান প্ৰমোদ বড়ো,মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম,বিধায়ক লৰেঞ্চ ইছলাৰীও উপস্থিত থাকিব । স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই চিকি९সক আৰু আশাকৰ্মীলৈ সতৰ্কবাণী প্ৰেৰণ কৰে । চিকি९সক আৰু আশাকৰ্মীৰ ব্যক্তিগতখণ্ডৰ নাৰ্ছিংহোমৰ প্ৰতি থকা প্ৰৱণতা এতিয়া কিছু কমিছে । তেওঁলোকৰ ওপৰত চোকা দৃষ্টি ৰখা হৈছে । চিকি९সক আৰু ব্যক্তিগতখণ্ডৰ নাৰ্ছিংহোমৰ প্ৰতি থকা প্ৰৱণতা নাইকিয়া কৰাৰ ব্যৱস্থা লোৱা হব ।
 প্ৰমোদ বড়োই কয় যে, এয়া বিটিআৰৱাসী তথা কোকৰাঝাৰবাসীৰ বাবে বৃহ९ সফলতা । মুখ্যমন্ত্ৰীক কৃতজ্ঞতা প্ৰমোদ বড়ো । দশকৰ পৰা দশক ধৰি স্বাস্থ্যখণ্ডত হাহাকাৰ হৈছিল । হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত মেডিকেলত নতুন যুগৰ সূচনা হৈছে । ভাল চিকি९সক হৈ মানৱসেৱা কৰাৰ আহ্বান ছাত্ৰ-ছাত্ৰীক বড়োৰ ।

Leave a Reply

Your email address will not be published. Required fields are marked *