আজি ৰঙিয়াত ভাৰতীয় যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক, কাৰ্যনিৰ্বাহকত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

Share

ডিজিটেল ডেস্কঃ আজি ৰঙিয়াত অনুষ্ঠিত হ’ব বিজেপিৰ ভগ্নি সংগঠনৰ ভাৰতীয় যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা। ৰঙিয়াৰ ঐতিহ্যমণ্ডিত হৰদত্ত-বিৰদত্ত ভৱনত দিনজুৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব সভাখন। এই সভাত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

কাৰ্যনিৰ্বাহক উপলক্ষে ৰঙিয়া কেন্দুকোনাৰ পৰা উলিয়াব বিশাল বাইক ৰেলী। নিশাই কাৰ্যনিৰ্বাহকৰ প্ৰস্তুতিৰ বুজ লয় ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই।

Leave a Reply

Your email address will not be published. Required fields are marked *