দিল্লীৰ ৰাজনৈতিক নেতা-মন্ত্ৰীলৈ ৰঙালী বিহুৰ শুভেচ্ছা প্ৰেৰণ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

Share

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু হস্ত-তাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয় অসম চৰকাৰৰ তৰফৰ পৰা ৰাজ্যৰ থলুৱা শিপিনী সকলক চহকী কৰাৰ উদ্দেশ্যৰে এক নতুন প্ৰচেষ্টা হাতত লৈছে।

মুখ্যমন্ত্ৰী ড° শৰ্মাই দিল্লীৰ ৰাজনৈতিক নেতা-মন্ত্ৰীসকলক বিহুৰ শুভেচ্ছা জনোৱাৰ উদ্দেশ্যৰে প্ৰায় ১২,০০০ অসমৰ থলুৱা গামোচা আৰু শুভেচ্ছা পত্ৰ প্ৰেৰণ কৰিছে।

পূৰ্বে ২,০০০ গামোচা প্ৰেৰণ কৰাৰ লগতে বুধবাৰে বাকী ১০,০০০ গামোচা দিল্লীলৈ প্ৰেৰণ কৰিব। এই প্ৰচেষ্টা ৰাজ্যৰ হস্ত-তাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয় অসম চৰকাৰৰ সহযোগত প্ৰেৰণ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *