উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ প্ৰশ্নকাকতৰ পদ্ধতি সলনি

Share

সলনি হ’ল উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ প্ৰশ্ন কাকতৰ পদ্ধতি,এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে।বিশেষকৈ উচ্চতৰ মাধ্যমিকৰ ১২টা বিষয়ৰ প্ৰশ্নকাকতৰ পদ্ধতি সলনি হ‘ব! এইবাৰৰ পৰা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ১২টা বিষয়ৰ প্ৰশ্নকাকৰ ৫০% হ’ব বহু বিকল্প ধৰ্মী ,আ‌ন ৫০% প্ৰশ্ন হ’ব ছুটি ছুটি আৰু দীঘল প্ৰশ্ন। বিজ্ঞান শাখাৰ ৪ টা বিষয় ,বানিজ্য শাখাৰ ৩ টা বিষয় আৰু কলা শাখাৰ ৫ টা বিষয়ৰ প্ৰশ্নসমূহৰ ৫০% হ’ব বহু বিকল্প ধৰ্মী প্ৰশ্ন। এই নিৰ্দেশনা প্ৰদান কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে। এইবাৰৰ পৰা এই পদ্ধতিৰে প্ৰশ্নকাকত সমূহ প্ৰস্তুত কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *