কেন্দ্ৰীয় চৰকাৰৰ ভেজাল দৰবৰ বিৰুদ্ধে ‘ছাৰ্জিকেল ষ্ট্ৰাইক’

Share

সমগ্ৰ দেশজুৰি চলিছে ভেজাল দৰবৰ ব্যৱসায়। ভেজাল দৰবৰ ব্যৱসায় বন্ধ কৰিবৰ বাবে সিদ্ধান্ত লৈছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়। চৰকাৰৰ নিৰ্দেশমৰ্মে স্বাস্থ্য মন্ত্ৰণালয়ৰ বিষয়ববীয়া ৬টা দলে দৰব প্ৰস্তুত কাৰক সংস্থাত নিৰীক্ষীণ আৰু তালাচী চলোৱা কাম কৰিব।এই কামত কেন্দ্ৰীয় চৰকাৰে সমৰ্থন জনোৱাৰ লগতে ৰাজ্য চৰকাৰেও সমৰ্থন জনায় আৰু সমগ্ৰ বিষয়টোৰ ওপৰত চকু ফুৰাব ‘চে়ণ্ট্ৰেল ড্ৰাগছ ষ্টেণ্ডাৰ্ড কণ্ড্ৰ’ল অৰ্গেনাইজেচনে এ।শেহতীয়াকৈ আফ্ৰিকান ৰাষ্ট্ৰ গাম্বিয়াত ভাৰতীয় দৰব প্ৰস্তুতকাৰকৰ দৰব খাই মৃত্য হৈছে বহুত শিশুৰ বুলি উদ্বেগ প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। ভেজাল দৰব বন্ধ কৰাৰ ক্ষেত্ৰত ছাৰ্জিকেল ষ্ট্ৰাইক হ’ব বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে উল্লেখ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *