কাজিৰঙাত ট্ৰাকৰ খুন্দাত আহত হোৱা গঁড়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে  বলিউডৰ অভিনেত্ৰী ৰবিনা  টেণ্ডনে

Share

ডিজিটেল ডেস্কঃ শনিবাৰে কাজিৰঙাত এখন তীব্ৰ বেগী ট্ৰাকৰ খুন্দাত আহত হৈছিল এটা গঁড়। এই প্ৰাপ্তবয়স্ক গঁড়ক ট্ৰাকে খুন্দিওৱাৰ দৃশ্য ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল। ছচিয়েল মিডিয়াত এই ভিডিও ভাইৰেল হোৱাৰ  পিছত ব্যাপক প্ৰতিক্ৰিয়া  সৃষ্টি কৰিছে।

তাৰ পিছতেই এই ঘটনাটোক লৈ এক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী ৰবিনা  টেণ্ডনে। তেওঁ টুইটযোগে লিখিছে ” বনাঞ্চল কাটি বনোৱা ৰাস্তা – ঘাট পথবোৰত আমি কিয় বেৰ দিব নোৱাৰো ? আমি কেতিয়া শিকিম আৰু কৰিম !” 

Leave a Reply

Your email address will not be published. Required fields are marked *