দ্বিতীয় বাৰৰ বাবে ক’ভিড প’জিটিভ বলিউডৰ অভিনেতা অমিতাভ বচ্চন

Share

ডিজিটেল ডেস্কঃ পুনৰ কৰ’ণাত আক্ৰান্ত বলিউডৰ জনপ্ৰিয় অভিনেতা অমিতাভ বচ্চন। ইয়াৰ পূৰ্বেও কৰ’ণাত আক্ৰান্ত হৈছিল অভিনেতা গৰাকী। এইবাৰ আকৌ দ্বিতীয় বাৰৰ বাবে কৰ’ণাত আক্ৰান্ত হৈছে বলিউডৰ বলিষ্ঠ অভিনেতাগৰাকী।

টুইটাৰ যোগে অভিনেতাগৰাকীয়ে ক’ভিডত আক্ৰান্ত হোৱাৰ কথা সদৰি কৰিছে। লগতে অভিনেতাগৰাকীয়ে তেওঁৰ সংস্পৰ্শলৈ অহা লোক সকলক কৰ’ণা পৰীক্ষা কৰাৰ বাবেও আহ্বান জনাইছে। তেওঁ সুস্থ হোৱাৰ কামনা কৰিছে অনুৰাগীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *