অসম সন্দৰ্ভত ৰাহুল গান্ধীৰ টুইটৰ পাছতে ৰাজ্যৰ ভিন্ন প্ৰান্তে প্ৰান্তে গোচৰ দাখিল বিজেপিৰ

Share
নিউজ ডেস্ক, ১৫ ফেব্ৰুৱাৰীঃ দেশৰ চাৰিসীমা সন্দৰ্ভত ৰাহুল গান্ধীয়ে কৰা টুইটৰ পাছতে বিতৰ্কৰ সৃষ্টি কৰিছে ৰাজ্যজুৰি। ৰাহুলে গান্ধীয়ে ভাৰতৰ চাৰিসীনাত অসম লগতে উত্তৰ পূৱক স্থান দিয়া নাছিল। যি ঘটনাৰ পাছতে হুলস্থুল হৈ গৈছিল অসমত।
এই মন্তব্যৰ পাছতে হাজাৰ হাজাৰ লোকে গোচৰ দাখিল কৰিছিল।ৰাহুল গান্ধীয়ে কৈছিল কাশ্মীৰৰ পৰা কেৰালা লৈ আৰু গুজৰাটৰ পৰা বেংগললৈ হে ভাৰতৰ সীমা। ইয়াত উল্লেখ নাছিল অসমৰ নাম|যাৰ পাছতে খঙত অগ্নিশৰ্মা হৈ পৰে অসমৰ বহু লোক। এই সন্দৰ্ভত বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে থানাত গোচৰ তৰি কয় – ‘ৰাহুল গান্ধী পাকিস্তানৰ এজেণ্ট’। তেখেতে ভাৰতৰ বিষয়ে নাজানে। উত্তৰ পূৱৰ সকলো লোকৰে মনত আঘাট দিছে। তাৰ বাহিৰেও বিজেপিৰ বহু নেতাই থানাই থানাই ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ তৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *