বৰপেটাৰ উচ্ছেদস্থলীৰ পৰা বিধায়ক শ্বেৰমান আলীক আটক

Share

বৰপেটাৰ উচ্ছেদস্থলীৰ পৰা বিধায়ক শ্বেৰমান আলীক আটক।উচ্ছেদ কবন্ধ কৰিবলৈ গৈছিল বিধায়ক শ্বেৰমান আলীয়ে।বটদ্ৰৱাৰ পিছত আজি বৰপেটাত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান।প্ৰায় ৪০০ বিঘা ভূমি দখলমুক্ত কৰাৰ লক্ষৰে উচ্ছেদ অভিযান চলাইছে প্ৰশাসনে।বাঘবৰৰ সত্ৰকনৰাত চৰকাৰী ভূমিত চলিছে এই উচ্ছেদ অভিযান।এই উচ্ছদৰ সলময়তেই ধৰ্ণাত বহিছিল কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী।উচ্ছদ বন্ধ কৰাৰ দবীত ধৰ্ণাত বহিছিল শ্বেৰমান আলী ।পিছত আৰক্ষীয়ে উচ্ছদস্থলীৰ পৰা আটক কৰে বিধায়ক শ্বেৰমান আলীক। উল্লেখ্য যে সত্ৰৰ ভূমি দখল কৰি সেই স্থানত বাস কৰিছিল প্ৰায় ৩০ টা পৰিয়লে ।

Leave a Reply

Your email address will not be published. Required fields are marked *