APSC কেলেংকাৰীত অভিযুক্ত ১৪ অভিযুক্তলৈ জামিন

Share

APSC কেলেংকাৰীৰ ১৪ অভিযুক্তই লাভ কৰিলে জামিন। জামিন পালে নন্দিনী কাকতি, ঋতুৰাজ দলে, নীলাঞ্জল গগৈয়ে। লগতে দীপাংকৰ দত্ত লহকৰ, ধীৰাজ কুমাৰ জৈন, স্বৰূপ ভট্টাচাৰ্য, বিকাশ শৰ্মা, চক্ৰধৰ ডেকা, বিচিত্ৰ গোপাল নাথ, জগদীশ বহ্ম, ফাৰুক আহমেদ, অনলজ্যোতি দাস, ধ্ৰুৱজ্যোতি হাতীবৰুৱা আৰু হিতেশ মজুমদাৰেও লাভ কৰিলে জামিন। বিশেষ ন্যায়াধীশৰ আদালতে নিজাববীয়াকৈ অন্তৰ্ভুক্ত কৰিছিল নাম।সেয়েহে শুকুৰবাৰে বিশেষ ন্যায়াধীশৰ আদালতে মঞ্জুৰ কৰে জামিন। আজি আটাইকেইজন হাজিৰ হৈছিল বিশেষ ন্যায়াধীশৰ আদালতত।

Leave a Reply

Your email address will not be published. Required fields are marked *