ৰামায়নৰ যুগত ভৰতৰ ৰূপত দিল্লীৰ মুখ্যমন্ত্ৰী অতিশী দিল্লীৰ নতুন মুখ্যমন্ত্ৰীয়ে কাৰ্যভাৰ গ্ৰহণ কৰিবলৈ আহি হৈ পৰিল আবেগিক

Share

ৰামায়নৰ যুগত ভৰতৰ ৰূপত দিল্লীৰ মুখ্যমন্ত্ৰী অতিশী

দিল্লীৰ নতুন মুখ্যমন্ত্ৰীয়ে কাৰ্যভাৰ গ্ৰহণ কৰিবলৈ আহি হৈ পৰিল আবেগিক

দিল্লীৰ নতুন মুখ্যমন্ত্ৰী অতিশী মাৰ্লেনাই মুখ্যমন্ত্ৰীয়ে কাৰ্যভাৰ গ্ৰহণ কৰিবলৈ আহি  আবেগিক হৈ পৰিল,কাৰ্যভাৰ গ্ৰহণ কৰিয়েই,অতিশীয়ে এক বিৰাল দৃষ্টান্ত দাঙি ধৰিলে,নতুন মুখ্যমন্ত্ৰী গৰাকীয়েই অৰৱিন্দ কেজৰিৱালৰ চকীত নবহী কাষতে চকী পাৰি সন্মান কৰিলে পূৰ্বৰ মুখ্যমন্ত্ৰী গৰাকীক। বেলেগ এখন চকীত বহীয়েই দায়িত্বভাৰ গ্ৰহণ কৰিলে দিল্লীৰ নতুন মুখ্যমন্ত্ৰী অতিশী মাৰ্লেনাই|অতিশী মাৰ্লেনাই এনে কাৰ্য দেখি আচৰিত হৈছে বহুতেই,নতুন মুখ্যমন্ত্ৰীয় এনে কাৰ্য দেখি শলাগ লৈছে বিভিন্নজন|

Leave a Reply

Your email address will not be published. Required fields are marked *