অসমক পুনৰ গৌৰাৱান্বিত কৰিলে অসম জীয়ৰী লাভলীনাই

Share
ভূমিকা ডেকা
৩ নৱেম্বৰঃ অলিম্পিকত অংশগ্ৰহণ কৰা,অলিম্পিকত পদক অৰ্জন কৰা প্ৰথম অসমীয়া মহিলা হোৱাৰ গৌৰৱ অৰ্জন কৰাৰ লগতে দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান “খেলৰত্ন বঁটা” লাভ কৰাৰো প্ৰথমগৰাকী অসমীয়া হিচাপে স্বীকৃতিপ্ৰাপ্ত হ’ল লাভলীনা বৰগোহাঁই । ইয়াৰ পূৰ্বে তেওঁ অৰ্জুন বঁটাও লাভ কৰিছিল  ।
পুনৰবাৰ তেওঁ মেজৰ ধ্যানন্দ খেলৰত্ন বঁটাৰ বাবে মনোনীত হৈ অসমলৈ অভূতপূর্ব সুনাম কঢ়িয়াই অনাৰ লগতে নিজেও নতুন উদ্যমেৰে উজলি উঠিল । আগন্তুক ১৩ নৱেম্বৰত ৰাষ্ট্ৰপতি ভৱনত লাভলীনাক  এই বঁটা প্ৰদান কৰা হ’ব  ।

Leave a Reply

Your email address will not be published. Required fields are marked *