১৫ ছেপ্তেম্বৰ, ANA নিউজ ডেস্কঃ আজি দিল্লীত আদিবাসী বিদ্ৰোহী সংগঠনৰে হ’ব শান্তি চুক্তি। অসমৰ ৫ আদিবাসী বিদ্ৰোহী সংগঠনৰ শান্তি চুক্তি কেন্দ্ৰীয় চৰকাৰৰ সৈতে।কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত হ’ব চুক্তি স্বাক্ষৰ ।
অসমৰ এই ৫ আদিবাসী বিদ্ৰোহী সংগঠন ক্ৰমে বিৰছা কামাণ্ডো ফৰ্চ, আদিবাসী কোব্ৰা মিলিটেনছ অৱ আছাম, অল আদিবাসী নেচনেল লিবাৰেচন আৰ্মী, ছানটাল ফৰ্চ,আদিবাসী পিপলছ আৰ্মীৰ সৈতে হ’ব এই শান্তি চুক্তি।