পুনৰ বহিঃৰাজ্যত অসমীয়া যুৱকক নৃশংসভাৱে হত্যা

Share
ডিজিটেল ডেস্কঃ বহিঃৰাজ্যত পুনৰ আক্ৰমণৰ বলি হ’ল অসমৰ এজন যুৱক। সোণটো গগৈ নামৰ অসমৰ যুৱকজনক বহিঃৰাজ্যত নৃশংসভাৱে হত্যা দুৰ্বৃত্তৰ। যুৱকজন অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ বৰবিল গাঁওৰ নৱম শ্ৰেণীৰ ছাত্ৰ। খবৰ অনুসৰি কামৰ সন্ধানত  বন্ধুৰ সৈতে চেন্নাইলৈ গৈছিল যুৱকজন। চেন্নাইৰ এটা ষ্টেচনত দাৰে ঘপিয়াই দুৰ্বৃত্তই হত্যা কৰে সোণটি গগৈ নামৰ যুৱক জনক।

Leave a Reply

Your email address will not be published. Required fields are marked *