ৰিপুন বৰাই দলত্যাগ কৰা বিষয়োট সন্দৰ্ভত টুইট যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তৰ

Share

যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তই ৰিপুন বৰাই দলত্যাগ কৰা বিষয়োট সন্দৰ্ভত টুইট কৰিছে। টুইটাৰৰ জৰিয়তে অংকিতা দত্তই ৰিপুন বৰাক কাম নোহোৱা মানুহ আখ্যা দিছে আৰু দলত্যাগ কৰা সিদ্ধান্তক আদৰণি জনাইছে। তেওঁ টুইটাৰত লিখিছে, ৰিপুণ বৰা কংগ্ৰেছৰ কাম নোহোৱা মানুহ আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *