আন্দোলনকাৰী যুৱকৰ বাবে স্থান নাই অসম আৰক্ষীত

Share
গুৱাহাটী, ১৯ এপ্ৰিলঃ আন্দোলন কৰিলে চাকৰি নাপাব। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই কৰিলে এই মন্তব্য। আন্দোলনকাৰী সন্দৰ্ভত তীৰ্যক মন্তব্য ভাস্কৰজ্যোতি মহন্তৰ তেওঁ কয় “অবৈধ কামত লিপ্ত হোৱা মানুহ অসম আৰক্ষীত নালাগে।” আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ এটা বিশেষ মন্তব্য প্ৰতিবাদকাৰী যুৱকে চাকৰী নাপাব অসম আৰক্ষীত। যি পূৰ্বৰ অসম আৰক্ষী পৰীক্ষাৰ ফলাফল পোৱা নাই আৰু তাৰ ফলত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত কনিষ্ঠবল নিযুক্তিৰ ক্ষেত্ৰত বঞ্চিত প্ৰাৰ্থীৰ প্ৰতিবাদ। এই সন্দৰ্ভত ভাস্কৰজ্যোতি মহন্তই মন্তব্য দিছে যে আন্দোলনকাৰীয়ে নাপাব অসম আৰক্ষীত স্থান। 

Leave a Reply

Your email address will not be published. Required fields are marked *