বিজেপিৰ কেন্দ্ৰীয় সমিতিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ পদত অসমৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা

Share

লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ সাংগঠনিক পৰ্যায়ত ব্যাপক সাল-সলনি। ৰাষ্ট্ৰীয় বিজেপিৰ নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন। বিজেপিৰ কেন্দ্ৰীয় কমিটিত স্থান লাভ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ঘোষণা কৰে বিষয়ববীয়াৰ নাম। 

বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্বত কামাখ্যা প্ৰসাদ তাছা। ২৯জুলাইত জি পি নাড্ডাই  কেন্দ্ৰীয় কমিটিত ১৩জনক নিযুক্তি দিছে উপাধ্যক্ষ হিচাপে। 

ৰাষ্ট্ৰীয় সচিব হিচাপে নিযুক্তি দিছে ১৩জনক। এই নৱ নিযুক্তিত অসমৰ পৰা কেৱল স্থান লাভ কৰিছে কামাখ্যা প্ৰসাদ তাছাই।  

নাগালেণ্ডৰ এম ছৌবা এওক ৰাষ্ট্ৰীয় উপাধ্যক্ষ হিচাপে নিযুক্তি।

Leave a Reply

Your email address will not be published. Required fields are marked *