সীমা সমস্যাক লৈ তৎপৰ অসম মেঘালয় চৰকাৰ

Share
পল্লৱী গগৈ, ৯ অক্টোবৰঃ অসম মেঘালয় সীমা সমস্যা সমাধানৰ বাবে তৎপৰ অসম মেঘালয় চৰকাৰ।পিলিংকটা, বৰপথাৰ অঞ্চল পৰিদৰ্শন কৰিব অসম মেঘালয়ৰ এটা সঁজাতি দলে।অসমৰ পৰা মন্ত্ৰী পিযুষ হাজৰিকাৰ নেতৃত্বত আৰু মেঘালয়ৰ উপমুখ্যমন্ত্ৰীৰ নেতৃত্বত  যোৱা দলটোৱে পৰিস্থিতিৰ বুজ ল’ব সীমান্তবৰ্তী অঞ্চলসমূহত।যিহেতু বিগত কিছুদিনৰ পৰা এক দীৰ্ঘদিনীয়া সমস্যা হিচাপে পৰিগনিত হৈছে অসম মেঘালয় সীমা সমস্যা।এই সন্দৰ্ভত ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰে পৰাই সীমা সমস্যাৰ ওপৰত এক বিশেষ গুৰুত্ত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *