যান- বাহন আৰোহীৰ বাবে অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

Share
যান বাহন আৰোহীৰ বাবে অসম চৰকাৰে জাৰি কৰিলে গুৰুত্বপূৰ্ণ নিৰ্দেশনা। বৰ্তমান যান বাহন চলোৱাৰ সময়ত নিয়ম ভংগ কৰিলে ভৰিব লাগিব ২৫ হাজাৰ টকালৈকে জৰিমনা।
 ইয়াৰ উপৰিও চিট বেল্ট পৰিধান নকৰিলে ১০০০ টকা দিব লাগিব জৰিমনা।
বাইকত ৩ জন বহিলে ১০০০ টকা, আৰু হেৰমেট নিপিন্ধিলে ১০০০ টকা পৰ্যন্ত ভৰিব লাগিব জৰিমনা।
এম্বুলেণসক বাট এৰি নিদিলে ১০ হাজাৰ টকা, ড্ৰাইভিং লাইচেঞ্চ নাথাকিলে ৫০০০ টকা।
দ্ৰুতগতিত বাহন চলালে ২০০০ টকা, সুৰাপান কৰি গাড়ী চলালে ১০ হাজাৰ টকা, বাহন চলোৱাৰ সময়ত মোবাইলত কথা পাতিলে ৫০০০ টকা ।

Leave a Reply

Your email address will not be published. Required fields are marked *