নাগালেণ্ডৰ হৰ্ণবিল ফেষ্টিভেল ২০২৩ৰ বাবে অংশীদাৰ ৰাজ্য হিচাপে অসম

Share

গুৱাাহাটী, ২৮ নৱেম্বৰঃ নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই মঙলবাৰে ২০২৩ চনৰ ১ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া আগন্তুক হৰ্ণবিল ফেষ্টিভেলৰ বাবে অসমক অংশীদাৰ ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰে ।এক্স প্লেটফৰ্মত এই ঘোষণা মুখ্যমন্ত্ৰীগৰাকীয়ে এক টোকা শ্বেয়াৰ কৰি কয় যে, আগন্তুক হৰ্ণবিল ফেষ্টিভেলৰ অংশীদাৰ ৰাজ্য হিচাপে অসমক ঘোষণা কৰি তেঁও সুখী । অসমৰ পৰা সাংস্কৃতিক আৰু সংগীতৰ দূতসকলক আদৰণি জনোৱাৰ বাবে আমি আগ্ৰহী ।                  

Leave a Reply

Your email address will not be published. Required fields are marked *