দালাল বিৰোধী অভিযানৰ নামত ভেকো ভাওনা, গ্ৰেপ্তাৰ কৰা দালালে লাভ কৰিছে জামিন   

Share
  সুভাশ্ৰী বাৰিক,২৪ছেপ্টেম্বৰঃভেকো ভাওনাত পৰিণত হৈছে ৰাজ্য চৰকাৰৰ দালাল বিৰোধী অভিযান।মাত্ৰ দুটা দিনত ছয় শতাধিক দালালক গ্ৰেপ্তাৰ কৰি চমক  সৃষ্টি কৰা অসম আৰক্ষীৰ ছবি খন এটা দিনৰ পিছতে উলোটাকৈ হে ধৰা দিছে।গ্ৰেপ্তাৰ হোৱা দালালে লাভ কৰিছে জামিন।আৰক্ষী ৰ তদন্তৰ ৰ ওপৰতসৰৱ নোহোৱাৰ বাবেই আদালতত জামিন কৰা দালালে লাভ কৰিছে জামিন,১৫জন দালালৰ ৯ জনেই একেদিনাই জামিন লৈ মুক্ত আকাশৰ তললৈ ওলাই আহিবলৈ সক্ষম হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *